অসমীয়া গালি সংগ্ৰহ         বৰ্ণনা লেখক :গৌতম বৰা
অসমৰ গাঁৱলীয়া সমাজখনত অতীজৰে পৰাই অসংখ্য গালিৰ প্ৰচলন আছিল। কালক্ৰমত হেৰাই যাবলৈ ধৰা অসমীয়া সাহিত্যৰ সম্পদস্বৰূপ এই গালিসমূহ সংৰক্ষণ কৰাৰ উদ্দেশ্যৰে এই সৰু সংকলনখন প্ৰস্তুত কৰিছিল দুই নগঞা দুলাল বৰা আৰু হেমন্ত কুমাৰ বৰাই ।
২০০৫ বৰ্ষত প্ৰথম প্ৰকাশ হোৱা সংকলনখনৰ ইতিমধ্যে পাঁচটাকৈ সংস্কৰণ প্ৰকাশ পাইছে। কিতাপখনৰ মূল্যও মাত্ৰ ২ টকা। প্ৰকাশক আছিল নগাঁৱৰ বহু আনন্দ ।