"আপুনি হয়তো বহু সময়ত কিতাপ এখনৰ বিষয়ে অকন জানিব বিচাৰিছে ,
কোনোজন লেখকৰ কিতাপসমূহৰ নাম জানিব বিচাৰিছে ,নতুবা কেতিয়াবা আপুনি পঢ়িবলৈ কিতাপ এখন বিচাৰি হাবাথুৰি খাইছে !!!
প্ৰত্যক পঢ়ুৱৈ এই সমস্যা বিলাকৰ কেতিয়াবা নহয় কেতিয়াবা সম্মুখীন হয় | ইংৰাজীত লিখা পুথিৰ ক্ষেত্ৰত, এই সমস্যা দুৰ কৰিবৰ কাৰণে বহু ৱেবচাইত আছে , অসমীয়া/অসম বিষয়ক কিতাপৰ ক্ষেত্ৰত এই সমস্যাসমূহ কিছু লাঘৱ কৰাই এই ৱেবচাইতৰ উদ্দেশ্য |
কিতাপ.com হৈছে, অসমীয়া/অসম বিষয়ক কিতাপৰ পাঠকৰ কাৰণে এক প্লেটফৰ্ম ,যাৰ জৰিয়তে আপোনালোকে নিজৰ আৰু আনৰ জ্ঞান আহৰণত সহায় কৰিব | আমাৰ এই যাত্ৰাৰ সংগী হওক
• তালিকাত নথকা কিতাপৰ নাম অন্তৰ্ভুক্ত কৰক
• আপুনি পঢ়া কিতাপৰ বিষয়ে চমুকে লিখক "