অসমীয়া মানুহৰ ইতিহাস         বৰ্ণনা লেখক :দিপক দাস
অসমীয়া কোন ? কোনবোৰ কাৰক আৰু উপাদানেৰে অসমীয়া মানুহ গঢ় লৈ উঠিছে ? অসমীয়া মানুহটোৰ নৃতাত্বিক, ভাষিক, সাংস্কৃতিক, বৌদ্ধিক বৈশিষ্ট্য কেনেকৈ গঢ় লৈ উঠিল সেই বিষয় এইখন গ্ৰন্থৰ আধাৰ । শ্ৰদ্ধেয় নগেন শইকীয়াদেৱ ৰচিত আৰু কথা পাব্লিকেচনে প্ৰকাশ কৰা এই কিতাপখ্ন সকলোৱে পঢ়িবলগীয়া।