আধুনিক অসমীয়া অভিধান         বৰ্ণনা লেখক :দিপক দাস
অসমীয়া ভাষাত পোন প্ৰথমবাৰৰ বাবে প্ৰকাশিত চমু অথচ সাধাৰণ পাঠক আৰু কাৰ্যালয় আদিত ব্যৱহাৰৰ বাবে উপযোগী হাত-পুথি স্বৰূপ অভিধান । অপ্ৰচলিত পুৰণি শব্দ বাদ দিয়া হৈছে । অসমীয়া শব্দৰ অৰ্থ অকল অসমীয়াতে আছে । পৰিশিষ্ট নাই । সম্পাদক সকল ডক্টৰ মহেশ্বৰ নেওগ, ৰজনীকান্ত দেৱশৰ্মা আৰু নৱকান্ত বৰুৱা । প্ৰকাশক অসম প্ৰকাশন পৰিষদ । প্ৰথম প্ৰকাশ ১৯৭৭ চনত । ২০১১ চনৰ অষ্টাদশ সংস্কৰণৰ মুঠ পৃষ্ঠা ৫৩২ আৰু মূল্য ১৫৫ টকা মাত্ৰ ।