উল্কাৰ পোহৰ         বৰ্ণনা লেখক :গৌতম বৰা
অম্বিকাগিৰী ৰায়চৌধুৰীৰ জীৱনৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা উপন্যাসখনত তদানীন্তন অসমখনৰ সামাজিক - ৰাজনৈতিক ছবি এখন পোৱা যায়। কৈশোৰ কালতে পঢ়া উপন্যাসখনে মন - প্ৰাণত সাঁচ বহুৱাই গৈছিল , ফলস্বৰূপে উপন্যাসখন আজিও প্ৰিয় উপন্যাসৰ তালিকাত প্ৰথমতেই আছে।
প্ৰকাশক - ৰুমী ৰূপক , নগাঁও
প্ৰথম প্ৰকাশ - ১৯৮৫