আনে কি ভাবে তোমাক কিয় লাগে ?         সংগ্ৰহ: পংকজ জ্যোতি মহন্ত
“ৰিচাৰ্ড পি ফাইনমেনৰ বিচিত্ৰ জীৱন-কথা তেওঁৰ দুখন আত্মজীৱনীমূলক গ্ৰন্থত বৰ্ণিত হৈছে। ‘Surely You Are Joking Mr. Feynman’ আৰু ‘What Do You Care Other People Think’ নামৰ এই দুখন গ্ৰন্থ প্ৰথম পুৰুষত লিখা হ’লেও ফাইনমেনে নিজে কিন্তু গ্ৰন্থ দুখন লিখা নাই। তেওঁৰ সৈতে একেলগে সাত বছৰ ড্ৰাম বজোৱা সংগী তথা বন্ধু ৰালফ লেইটনেহে তেওঁৰপৰা মাজে-সময়ে সংগ্ৰহ কৰা তেওঁৰ জীৱন-কথা গ্ৰন্থ দুখনত সন্নিৱিষ্ট কৰিছে।
অত্যন্ত জনপ্ৰিয় এই দুখন গ্ৰন্থৰ পৰা কেইখনমান ৰচনা বাছনি কৰি, তাৰে অসমীয়া অনুবাদ পাঠকসমাজলৈ আগবঢ়োৱা হ’ল।…………..” – বিনয় মোহন শইকীয়া।