হোমেন বৰগোহাঞি মুৰ্দাবাদ         সংগ্ৰহ: পংকজ জ্যোতি মহন্ত
অনুৰাধা দেশ’ৰ জনপ্ৰিয় ঔপন্যাসিক গৰাকীৰ ‘হোমেন বৰগোহাঞি মুৰ্দাবাদ’ গ্ৰন্থখনত মুঠ ২৫ টা প্ৰবন্ধ আছে। প্ৰবন্ধসমূহ তিনিটা ভাগত ভগোৱা হৈছে- ইয়াৰে ‘সাহিত্য আৰু বিবিধা’ত ১৯ টা, ‘বিতৰ্ক’ত ৩ টা আৰু ‘ব্যক্তিগত’ত ৩ টা প্ৰবন্ধ অন্তৰ্ভূক্ত হৈছে।
“সংবেদনশীলতা, মননশীলতা আৰু অধ্যয়নশীলতা- এই তিনিটাৰ সমন্বয়ত গঢ় লৈ উঠা ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ নাতিদীৰ্ঘ গদ্য ৰচনাবোৰ অসমীয়া সাহিত্যৰ এটা নতুন মূল্যবান সম্পদ।” – হোমেন বৰগোহাঞি।
“সংবেদনশীলতা, মননশীলতা আৰু অধ্যয়নশীলতা- এই তিনিটাৰ সমন্বয়ত গঢ় লৈ উঠা ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ নাতিদীৰ্ঘ গদ্য ৰচনাবোৰ অসমীয়া সাহিত্যৰ এটা নতুন মূল্যবান সম্পদ।” – হোমেন বৰগোহাঞি।